প্ৰট প্লাজম কি ?

কোষ প্ৰানৰ আধাৰ । প্ৰত্যেক কোষৰ মাজত জেলিৰ দৰে এক ধৰনৰ আঠাযুক্ত পদাৰ্থ থাকে । এই পদাৰ্থবোৰৰ নাম প্ৰট প্লাজম । এইবোৰ সজীৱ পদাৰ্থ ।