তিনি নেত্ৰধাৰী,নহয় বিপ্ৰচাৰী,জটা-বল্কধাৰী,নহয় ত্ৰিপুৰাৰী । বৃক্ষতে বাস মোৰ নহয় পক্ষীৰাজ,মধ্যত থকাজন নহয় মেঘৰাজ ?

উত্তৰঃ নাৰিকল