ওপৰে জাপি,তলেও জাপি,মাজত আছে শলাকাঠী,এশ পুত্ৰক কোলাত লৈ,ৰৈ আছে মাকজনী ?

উত্তৰঃ তামোল গছ