জাহাঙ্গীৰৰ শাসনকালত ভৰতলৈ আহা ইংৰাজ ৰাজদূত দুজনৰ নাম কি কি ?

জাহাঙ্গীৰৰ শাসনকালত ভীৰতলৈ আহা ইংৰাজ ৰাজদূত দুজনৰ নাম হ’ল উলিয়াম হাকিঞ্চি আৰু চাৰ টামাচ ৰো ।