উলুৱনিৰ মাজৰ বাম,তাৰে চাৰিজুপি আম,পকিলেও নসৰে,ই কি বস্তু,ক’ত বিচাৰিলে পাম ?

উত্তৰঃ ‘ক’ বৰ্ণটো