ঔৰাংগজেৱে অসম বিজয়ৰ কাৰণে পঠোৱা চুবেদাৰ দুজনৰ নাম কি কি ?

ঔৰাংগজেৱে অজম বিজয়ৰ কাৰণে পঠোৱা চুবেদাৰ দুজনৰ নাম হ’ল মিৰজুমলা আৰু চায়েস্তা খাঁ ।