দুই আখৰেৰে নাম যাৰ ধৰে,তাৰেই আকৌ বেহু পাতি থয় অভিমন্যুৰ দৰে মৰিবলৈ লয়?

উত্তৰঃ মাছ ধৰা চেপা