ভাৰতত কিমানখন বনাঞ্চল বাঘ্ৰপ্ৰকল্পৰূপে সংৰক্ষিত ?

ভাৰতত ৪১ খন বনাঞ্চল বাঘ্ৰপ্ৰকল্পৰূপে সংৰক্ষিত আছে ।