কোন চনত ছিকিমে ভাৰতৰ অংগ ৰাজ্য় হিচাপে পূৰ্ণ মৰ্যাদা লাভ কৰিলে ?

১৯৭৫ চনত ছিকিমে ভাৰতৰ অংগ ৰাজ্য় হিচাপে পূৰ্ণ মৰ্যাদা লাভ কৰিলে