নদীৰ ওপৰত নিৰ্মিত পৃথিৱীৰ ব্য়স্ততম দলংখন ভাৰতৰ অৱস্থিত এই দলং (সেতু) খনৰ নাম কি ?

নদীৰ ওপৰত নিৰ্মিত পৃথিৱীৰ ব্য়স্ততম দলংখন ভাৰতৰ অৱস্থিত এই দলং (সেতু) খনৰ নাম হৈছে হাওৰা ব্ৰীজ ( ৰবীন্দ্ৰ সেতু ) ।