ভাৰতৰ আৰু পাকিস্তানৰ মাজত অৱস্থিত সীমাৰেখাডালক কি বুলি জনা যায় ?

ভাৰতৰ আৰু পাকিস্তানৰ মাজত অৱস্থিত সীমাৰেখাডালক ৰেডক্লিফ লাইন বুলি জনা যায় ।