শুনা হে’ৰা কালিদাসৰ হেঁয়ালীৰ ছন্দ,হাজাৰখন দুৱা আছে তথাপি ভিতৰত মানুহ বন্ধ ?

উত্তৰঃ আঁঠুৱা