ফুটাৰ মাজত খুটা দি মানুহ নিচ্চিন্তে থাকে,এইটোনো কি বাৰু কোনে ক’ব পাৰে ?

উত্তৰঃ দুৱাৰৰ খিলি