কোন তাৰিখে পৃথিৱীৰ প্ৰথমটো উপগ্ৰহ মহাকাশকত স্থাপন কৰা হৈছিল ?

ইং ১৯৫৭ চনৰ ৪ অক্টোবৰ তাৰিখে পৃথিৱীৰ প্ৰথমটো উপগ্ৰহ মহাকাশকত স্থাপন কৰা হৈছিল ।