ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা
Chapter 6
১) ভাৰতত সকলো ঠাইতে খনিজ সম্পদৰ বিতৰণৰ ওপৰত ভিত্তি কৰি দেশখনত প্ৰধানকৈ কেইটা খনিজ সম্পদ বলয় চিনাক্ত কৰিব পাৰি?
(ক) 6
(খ) 5
(গ) 2
উত্তৰঃ (ক) 6
২) ভাৰতবৰ্ষত কিমান চনত কপাহী বয়ন কল স্থাপন কৰা হৈছিল?
(ক) 1818
(খ) 1918
(গ) 2000
উত্তৰঃ (ক) 1818
৩) ভাৰতৰ কপাহী বস্ত্ৰশিল্প অতি?
(ক) পুৰণি
(খ) নতুন
উত্তৰঃ (ক) পুৰণি
৪) ভাৰতত প্ৰথমে ৰে’ল চলিছিল কিমান চনত?
(ক) 1853
(খ) 2001
(গ) 1903
উত্তৰঃ (ক) 1853
৫) মুম্বাইৰ আৰু থানেলৈ কিমান দূৰত্ব?
(ক) 35 কিঃ মিঃ
(খ) 34 কিঃমিঃ
(গ) 25 কিঃ মিঃ
উত্তৰঃ (খ) 34 কিঃমিঃ
৬) ভাৰতত কিমান টা প্ৰধান সাগৰীয়া বন্দৰ আছে?
(ক) 12
(খ) 13
(গ) 14
উত্তৰঃ (ক) 12
৭) ৰে’লসেৱাৰ সুপৰিচালনাৰ বাবে দেশৰ ৰে’ল পৰিৱহণ ব্যৱস্থাক কেইটা ভাগত ভাগ কৰা হৈ?
(ক) 12
(খ) 16
(গ) 15
উত্তৰঃ (খ) 16
৮) ভাৰতত সকলো ঠাইতে খনিজ পদাৰ্থসমূহ সমভাৱে পোৱা যায়।
(ক) শুদ্ধ
(খ) অশুদ্ধ
উত্তৰঃ (ক) শুদ্ধ
৯) ভাৰতবৰ্ষত প্ৰথম কপাহী বয়ন কল স্থাপন কৰিছিল। ক’ত স্থাপন কৰা হৈছিল?
(ক) ফোৰ্ট গ্লাষ্টাৰত
(খ) অসম
(গ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) ফোৰ্ট গ্লাষ্টাৰত
১০) কিমান নং ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ দীৰ্ঘতম ঘাইপথ?
(ক) 7 নং
(খ) 6 নং
(গ) 8 নং
উত্তৰঃ (ক) 7 নং
১১) পথসমবূহৰ ব্যৱহাৰ ওপৰত ভিত্তি কৰি স্থলপথসমূহ কেইটা ভাগত ভাগ কৰা হৈছে?
(ক) 4
(খ) 5
(গ) 2
উত্তৰঃ (ক) 4
১২) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ দীৰ্ঘতম ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য কিমান কিলমিটাৰ’?
(ক) 2,369
(খ) 2,000
(গ) 2,370
উত্তৰঃ (ক) 2,369
১৩) ভাৰতীয় ৰে’লসেৱাত কিমান নিযুত বিষয়া-কৰ্মচাৰী নিযুক্ত হৈ আছে?
(ক) 1.4
(খ) 1.5
(গ) 1.6
উত্তৰঃ (ক) 1.4