কোন দেশৰ ফুটবল খেলা দলটোক “আজুৰি” বোলা হয় আৰু কিয় ?

ইটালী – তেওঁলোকৰ জাৰ্চিৰ ৰং নীলা বাবে । ইটালী ভাষাত আজুৰি মানে নীলা ৰং ।