Class 7 History AJB /MCQs Chapter 11 অধ্য়ায় পুৰণি অসমৰ খেল-ধেমালি

১) কি কি জন্তুৰ যুজ হয়?

  1. ঘোৰা, হাতী, মহ, গৰু
  2. মহ, গৰু, মেঠোন
  3. গাধ, কুকুৰ, মেকুৰি

উত্তৰঃ মহ, গৰু, মেঠোন

২) মহৰ যুজ বৰ্তমান সময়ত কোন ঠাইত প্ৰচলিত?

  1. ন গাওঁ
  2. মৰিগাওঁ
  3. শিৱসাগৰ

উত্তৰঃ মৰিগাওঁ

৩) কি কি চৰাই যুজ হয় 

  1. কুকুৰা, মৰা, ভাটৌ,
  2. শালিকা, কুকুৰা, মৰা, ভাটৌ,
  3. শেন, ভাটৌ, কুকুৰা, বয়লা

উত্তৰঃ কুকুৰা, মৰা, ভাটৌ,

৪) কোন ৰজাৰ দিনত এই জন্তুৰ আৰু চৰাই যুজ বোৰে জনপ্ৰিয় লাভ কৰে  

  1. আহোম স্বৰ্গদেউ পতাপ সিংহৰ দিনত
  2. আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত
  3. আহোম স্বৰ্গদেউ গৌৰিনাথ সিংহৰ দিনত

উত্তৰঃ আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত

৫) ঘৰ বাহিৰৰত খেলা খেলক ইংৰাজীত কি বোলা হয়?

  1. Out door Game
  2. In door Game
  3. Out side Game

উত্তৰঃ Out door Game

৬) Out door Game ৰ ভিতৰত কি খেল অন্য়তম

  1. ক্ৰিকেত
  2. ফুদবল
  3. নাও খেল

উত্তৰঃ নাও খেল

৭) কৃষ্ণ জন্ম উৎসৱত খেলা খেলটোৰ নাম কি?

  1. বোকা খেল
  2. ফাকুৱা খেল
  3. ওপৰৰ দুয়োতা

উত্তৰঃ বোকা খেল

৮) ঘৰ ভিতৰত খেলা এবিধ খেলৰ  নাম লিখা 

  1. হকি খেল
  2. ক্ৰিকেত খেল
  3. পাশা খেল

উত্তৰঃ পাশা খেল

৯) মহাভাৰতত কৌৰৱে কি খেলত জয় লাভ কৰিছিল

  1. হকি খেলত
  2. পাশা খেলত
  3. কেৰম খেল

উত্তৰঃ পাশা খেলত

১০) ঘৰ বাহিৰত খেলা এবিধ খেলৰ নাম  ?

  1. লুডু খেল
  2. হকি খেল
  3. টেম্পল ৰান

উত্তৰঃ হকি খেল

১১) ধৰ্ম সম্পৰ্কীয় এবিধ খেলৰ নাম ?

  1. টাচ খেল
  2. ক্ৰিকেট
  3. বোকা খেল

উত্তৰঃ বোকা খেল

১২) কি শৰিৰে খেল ধেমালি কৰিব নোৱাৰি?

  1. অসুস্থ শৰিৰে
  2. সুস্থ শৰিৰে
  3. শকত শৰিৰে

উত্তৰঃ অসুস্থ শৰিৰে

১৩) বৰ্তমানতো কি জন্তু খেলৰ প্ৰচলন আছে  ?

  1. গৰু
  2. গাহৰি
  3. মহ

উত্তৰঃ মহ

১৪) গেন খেল বিধ কোন ৰাজ্য়ৰ পুৰণি খেল ?

  1. মণিপুৰৰ
  2. ৰাজস্থানৰ
  3. অসমৰ

উত্তৰঃ অসমৰ

১৫) গেন খেল বিধ আজি কালি কি খেলৰ লগত মিল আছে ?

  1. ক্ৰিকেত
  2. হকি
  3. ফুদ বল

উত্তৰঃ হকি

১৬)প্ৰাচিন কালৰে পৰা অসমীয়া মানুহৰ জীৱন নিৰ্বাহ প্ৰনালী কেনেধৰনৰ?

  1. আত্মনিৰভশিল
  2. চাকৰি জীৱী
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ আত্মনিৰভশিল

১৭)আদিম যুগত খেতিৰ বাবে মাতি কিহেৰে চহাই ছিল?

  1. নাঙল, গৰুৰে
  2. চৰাই আৰু কতাৰিৰে
  3. টেক্টৰে

উত্তৰঃ নাঙল, গৰুৰে

১৮) পুৰণি কালৰে পৰা অসমৰ সমাজ ব্য়ৱস্থা কেনে ধৰণৰ?

  1. চিকাৰী জীৱি
  2. কৃষি জীৱি
  3. ওপৰৰ দুয়োটা

উত্তৰঃ কৃষি জীৱি

১৯) কিহৰ পৰিৱৰ্তনৰ লগে লগে বহু খেলৰ অৱলুপ্তি ঘতিছিল?

  1. সময় আৰু সমাজৰ
  2. সময় অৰু পৰিস্থিৰ
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ সময় আৰু সমাজৰ

২০) খেল-ধেমালিৰে অসমৰ সমাজৰ মানুহৰ মাজত কি আনে?

  1. আনন্দ আৰু একত্ৰা
  2. অহঙ্কাৰ আৰু বিভেদ
  3. ওপৰৰ দুয়োটা

উত্তৰঃ আনন্দ আৰু একত্ৰা