Class 8 Assamese Book Chapter 18 | Class 8 Assamese Sankardev Chapter 18 বিষয়ীৰ অধোগতি Short Question Answer |

১। ভট্টদেৱ ৰ জন্ম কোন চনত হৈছিল?

ক)১৫৫৮

খ) ১৫৬৭

গ)১৫৫৮

উত্তৰঃগ)১৫৫৮

২। তেওঁৰ পিতৃৰ নাম কি?

ক)চন্দ্ৰ ভাৰতী

খ)কৃষ্ণৰাম চৌধৰী

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)চন্দ্ৰ ভাৰতী

৩। কহন্ত ৰ অৰ্থ কি?

ক)ধব্বংশ

খ)ক’লে

গ)নাশ

উত্তৰঃখ)ক’লে

৪। বিক্ৰম ৰ অৰ্থ কি?

ক)তাপ

খ)শক্তি

গ)শাস্তিু

উত্তৰঃখ)শক্তি

৫। সময়ে প্ৰত্যেক ব্যক্তিক পৰাস্ত কৰে?

ক)হয়

খ)নহয়

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)হয়

৬। মানুহ কি জীৱ?

ক)মায়াপী

খ)বিষয়ী

গ)বেঢ়িয়া

উত্তৰঃক)মায়াপী

৭। কপিলে _____ ?

ক)কুটুম্ব

খ)কহন্ত

গ)ভাৰ্য্যা

উত্তৰঃখ)কহন্ত

৮। পুহিব মানে কি?

ক)পুষিত

খ)ব্যাস

গ)দুৰ্দান্ত

উত্তৰঃক)পুষিত

৯। ভট্টদ্ৱৰ জন্ম ক’ত হৈছিল?

ক)বৰপেটা

খ)কামৰূপ

গ)যোৰহাট

উত্তৰঃখ)কামৰূপ

১০। গদাধৰ নামে মাত্ৰ এটি কি আছিল?

ক)সন্তান

খ)বিষয়ী

গ)খেদ

উত্তৰঃক)সন্তান

১১। ভট্টদেৱৰ মৃত্যু কিমান চনত হৈছিল?

ক)১৬৩৪

খ)১৬৩৮

গ)১৭৫৪

উত্তৰঃখ)১৬৩৮

১২। আপুনাৰ অৰ্থ নষ্ট হৈলে লোভত পৰৰ অৰ্থ হৰে।

ক)শুদ্ধ

খ)অশুদ্ধ

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)শুদ্ধ

১৩। ভট্টদেৱে কি পাতি থাকোতে তেওঁৰ মৃত্যু হৈছিল?

ক)ব্যাসকুচিত সত্ৰ

খ)বেঢ়িয়া

গ)ছন্দৰীত

উত্তৰঃক)ব্যাসকুচিত সত্ৰ

১৪। ভট্টদেৱ কোনজন গুৰুৰ ওচৰত শৰণ লৈছিল?

ক)দমোদৰ দেৱ

খ)গোপাল দেৱ

গ)ভাগৱত ভট্টাচাৰ্য

উত্তৰঃক)দমোদৰ দেৱ

১৫। শৃংগল ৰ শব্দৰ অৰ্থ কি?

ক)শাস্তি

খ)শিয়াল

গ)পৰাক্ৰম

উত্তৰঃখ)শিয়াল