১৯৯০ চনৰ ইটালী বিশ্বকাপ ফাইনেলত ৰঙা কাৰ্ড পাই খেলপথাৰৰ ৰা বহিস্কৃত হোৱাৰ লগে লগে আৰ্জেনটিনাৰ খেলুৱৈজন এটা অভিলেখৰ অধকাৰী হৈছিল ? তেওঁ কোন ?

বিশ্বকাপ ফুটবল ফাইনেলত বহিস্কৃত হোৱা প্ৰথমজন খেলুৱৈ আছিল মনজনেই।