টেষ্টত কেইদিনমানৰ আগলৈকে সৰ্বাধিক ৩৪ টা শতৰানৰে বিশ্ব অভিলেখ নিজৰ দশল কৰা সুনীল গাভাস্কৰে বিশ্বকাপতে এদিনীা আন্তৰ্জাতিক মেচত নিজৰ একমাত্ৰ শতৰানৰ মুখ দেখিছিল । ১৯৮৯ ৰ ৰিয়ালেন্স বিশ্বকাপত গাভাস্কৰে উক্ত শতৰানটো কাৰ বিপক্ষে আৰু ক’ত অৰ্জন কৰিছিল ?

নিউজিলেণ্ডৰ বিপক্ষে নাগপুৰত ।