Class 11 History Book Chapter 2 | অধ্যায় ২ | লিখনি আৰু নগৰীয়া জীৱন | MCQs Short Question and Answer |

Chapter 2

লিখনি আৰু নগৰীয়া জীৱন

১। মেছোপটেমিয়া নামটো কি শব্দ পৰা লোৱা হৈছে?

(ক) গ্ৰীক

(খ) লেটিন

(গ) টাই

উত্তৰঃ (ক) গ্ৰীক

২। মেছোপটেমিয়াত পুৰাতাত্ত্বিক গৱেষণা কেতিয়া আৰম্ভ হৈছিল?

(ক) ১১০০ খ্ৰীঃ পূঃ ত

(খ) ২৪০০ খ্ৰীঃ পূঃ ত

(গ) ১৮৪০ খ্ৰীঃ পূঃ ত

উত্তৰঃ (গ) ১৮৪০ খ্ৰীঃ পূঃ ত

৩। আলেকজেণ্ডাৰে বেবিলন কেতিয়া আক্ৰমণ কৰিছিল?

(ক) ৩৩১ খ্ৰীঃ পূঃ

(খ) ৬৬৮ খ্ৰীঃ পূঃ

(গ) ৭২০ খ্ৰীঃ পূঃ

উত্তৰঃ (ক) ৩৩১ খ্ৰীঃ পূঃ

৪। কেতিয়াৰ পৰা লো ধাতুৰ ব্য়ৱহাৰ কৰিছিল?

(ক) ৬২৭ খ্ৰীঃ পূঃ

(খ) ১০০০ খ্ৰীঃ পূঃ

(গ) ১১০০ খ্ৰীঃ পূঃ

উত্তৰঃ (খ) ১০০০ খ্ৰীঃ পূঃ

৫। এছিয়াৰ ৰাজ্য় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

(ক) ১১০০ খ্ৰীঃ পূঃ

(খ) ১৮০০ খ্ৰীঃ পূঃ

(গ) ১৮৪০ খ্ৰীঃ পূঃ

উত্তৰঃ (ক) ১১০০ খ্ৰীঃ পূঃ

৬। ৫০০০ খ্ৰীঃ পূঃত ক’ত প্ৰাচীনতম মন্দিৰ নিৰ্মাণ কৰা হৈছিল? 

(ক) উত্তৰ মেছোপটেমিয়াৰ

(খ) দক্ষিণ মেছোপটেমিয়াৰ

(গ) বেবিলন

উত্তৰঃ (খ) দক্ষিণ মেছোপটেমিয়াৰ

৭। কিমান চনত কিউনিফৰ্ম আখৰ আৰু চুমেৰীয় ভাষাই নিৰ্দিষ্ট গঢ় লৈছিল?

(ক) ৩০০০ খ্ৰীঃ পূঃ

(খ) ২৬০০ খ্ৰীঃ পূঃ

(গ) ৩২০০ খ্ৰীঃ পূঃ

উত্তৰঃ (খ) ২৬০০ খ্ৰীঃ পূঃ

৮। গিলগামেচে লিখা মহাকাব্য়ত কেইটা টেবলেট লিখা হৈছিল?

(ক) ৯ টা

(খ) ১০ টা

(গ) ১২ টা

উত্তৰঃ (গ) ১২ টা

৯। গাণিতিক পুথি কেতিয়া ৰচনা কৰা হৈছিল?

(ক) ১১০০ খ্ৰীঃ পূঃ

(খ) ৩০০০ খ্ৰীঃ পূঃ

(গ) ১৮০০ খ্ৰীঃ পূঃ

উত্তৰঃ (গ) ১৮০০ খ্ৰীঃ পূঃ

১০। চুমেৰীয় মহাকাব্য়খন কোনে লিখিছিল?

(ক) এনমাৰ্কা

(খ) আলেকজেণ্ডাৰ

(গ) গিলগামেছ

উত্তৰঃ (ক) এনমাৰ্কা

Type: Pompi Hazarika