Class 11 History Book Chapter 4 | অধ্যায় ৪ | মধ্য ইছলামীক দেশ (ইছলামৰ উদয় আৰু বিস্তাৰ ৫৭০-১২০০ খ্ৰীঃ) | MCQs Short Question and Answer |

Chapter 4

মধ্য ইছলামীক দেশ (ইছলামৰ উদয় আৰু বিস্তাৰ ৫৭০-১২০০ খ্ৰীঃ)

১। হিজৰি কেলেণ্ডাৰৰ তাৰিখৰ পিছত কি লিখা হয়?

(ক) AH

(খ) H

(গ) C

উত্তৰঃ (ক) AH

২। মঙ্গোলসকলে বাগদাদ কেতিয়া জয় কৰিছিল?

(ক) ১০৬৩ খ্ৰীঃ পূঃ

(খ) ১০৯৫ খ্ৰীঃ পূঃ

(গ) ১২৫৯ খ্ৰীঃ পূঃ

উত্তৰঃ (গ) ১২৫৯ খ্ৰীঃ পূঃ

৩। মহম্মদ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ৬৩২ খ্ৰীঃ পূঃ

(খ) ৬৪৪ খ্ৰীঃ পূঃ

(গ) ৬৫৬ খ্ৰীঃ পূঃ

উত্তৰঃ (ক) ৬৩২ খ্ৰীঃ পূঃ

৪। হিজৰী চনটো কাৰ দিনত প্ৰৱৰ্তন হৈছিল?

(ক) টাবাৰীৰ

(খ) পয়গম্বৰ মহম্মদ

(গ) খলিফা ওমৰ

উত্তৰঃ (গ) খলিফা ওমৰ

৫। ঘজনিৰ চুলতান শাসন কোনে প্ৰতিষ্ঠা কৰিছিল? 

(ক) আলপ্তগীন

(খ) খলিফা ওম

(গ) আব্দ অল লটিফ

উত্তৰঃ (ক) আলপ্তগীন

৬। কোৰাণত কেইটা অধ্য়ায় আছে?

(ক) ১৮ টা

(খ) ২২ টা

(গ) ১১৪ টা

উত্তৰঃ (গ) ১১৪ টা

৭। কোৰাণত অধ্য়ায়বোৰ কেনেদৰে সজোৱা হয়?

(ক) ডাঙৰৰ পৰা সৰু লৈ

(খ) সৰুৰ পৰা ডাঙৰ লৈ

(গ) এটাও নহয়

উত্তৰঃ (ক) ডাঙৰৰ পৰা সৰু লৈ

৮। এজন চিকিৎসক আৰু দাৰ্শনিকৰ নাম লিখা?

(ক) অল মামুন

(খ) ইবন চিনা

(গ) টলেমীৰ আলমাগেষ্ট

উত্তৰঃ (খ) ইবন চিনা

৯। মালিক ছাহ কেতিয়া মৃত্য়ু হৈছিল?

(ক) ১০৯২ খ্ৰীঃ পূঃ

(খ) ১০৯৫ খ্ৰীঃ পূঃ

(গ) ১২৯১ খ্ৰীঃ পূঃ

উত্তৰঃ (ক) ১০৯২ খ্ৰীঃ পূঃ

১০। বচৰামুখী নাওখনত যাত্ৰীসকল ক’ৰ আছিল?

(ক) ফ্ৰান্সৰ

(খ) ইজিপ্তৰ

(গ) আৰৱী

উত্তৰঃ (গ) আৰৱী

Type: Pompi Hazarika