Class 3 Assamese Chapter 16 MCQ’s Sankardev School | উপদেশৰ পৰিণাম | Class 3 Assamese Chapter 16 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 16

উপদেশৰ পৰিণাম

১। এখন নৈৰ পাৰত কি আছিল ?

(ক) এজোপা প্ৰকাণ্ড গছ আছিল

(খ) এখন হাবি আছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) এজোপা প্ৰকাণ্ড গছ আছিল ।

২। গোটেই দিনটো চৰাইবোৰে ক’ত সোমাই  থাকিল ?

(ক) ঘৰ ভিতৰত

(খ) বাহৰ ভিতৰত সোমাই থাকিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) বাহৰ ভিতৰত সোমাই থাকিল ।

৩। প্ৰকাণ্ড শব্দ অৰ্থ কি ?

(ক) সৰু

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ডাঙৰ

উত্তৰ- (গ) ডাঙৰ ।

৪। বাহৰ পৰা ভুমুকিয়াই চাই গছৰ তলত চৰাইবোৰে কি দেখিলে ?

(ক) বাঘক দেখিলে

(খ) এসোপা বান্দৰক দেখিলে

(গ) এটাও নহয়

উত্তৰ- (খ) এসোপা বান্দৰক দেখিলে ।

৫। খেৰ-কুটা মানে কি ?

(ক) ঘাঁহ-বন

(খ) বৰকৈ অস্থিৰ হোৱা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ঘাঁহ-বন ।

৬। থৰ্-থৰ্ মানে কি ?

(ক) বৰকৈ অস্থিৰ হোৱা

(খ) আমনি লগা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বৰকৈ অস্থিৰ হোৱা ।

Type by- Bikul Mandal