ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু ধাৰণক্ষম উন্নয়ন | অধ্যায় ১৯ | Chapter 19 | Class 12 Geography Question and Answer Assam | Class 12 Geography Question and Answer Assamese Medium | Class 12 Geography Suggestion | HS Second Year Geography Question and Answer | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ ভাৰতৰ পাঠভূমিত পৰিকল্পনা আৰু ধাৰণক্ষম উন্নয়ন পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter 19

ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু ধাৰণাক্ষম উন্নয়ন

(ক) এটা শব্দ / বাক্যত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -১ )

১। তলৰ কোনটো শ্রেণীভুক্ত ভূমিৰ ক্ষেত্রফল সম্প্রসাৰণ হ’লেও সংকোচন কৰিব নােৱাৰি? 

(ক) দেশৰ মুঠ ভৌগােলিক এলেকা   (খ) ইতিবৃত্ত ভূমি 

(গ) কৃষিভিন্ন ব্যৱহাৰ ক্ষেত্র   (গ) কৃষিভূমি

উত্তৰঃ

২। কৃষিকাৰ্যৰ তীব্রতা প্রকাশ কৰা সমীকৰণটো উপস্থাপন কৰা। 

উত্তৰঃ-

৩। ভাৰতত কৃষি ঋতু কেইটা আৰু কি কি? 

উত্তৰঃ-

৪। বৃষ্টিনির্ভৰ কৃষিৰ উপশ্রেণী দুটাৰ নাম লিখা। 

উত্তৰঃ-

৫। ভাৰতত হেক্টৰে প্রতি ঘেঁহুৰ উৎপাদন ধান উৎপাদনৰ ১.৫ / ১.৩৫ / ১.৮৫ / ২.৩৫ গুণ।

উত্তৰঃ-

৬। ভাৰতৰ সৰ্বমুঠ কৃষিভূমিৰ অধিকাংশত ধান / ঘেঁহু / মাহ জাতীয় শস্য / বাণিজ্যিক শস্য উৎপন্ন কৰা হয়। 

উত্তৰঃ-

৭। অন্নশস্যসমূহৰ ঠিক পাছতেই ভাৰতৰ অধিক কৃষিক্ষেত্ৰত মাহজাতীয় শস্য / তৈলবীজ / কুঁহিয়াৰ \ কপাহ খেতি কৰা হয়।

উত্তৰঃ-

৮। ভাৰতত উৎপন্ন হােৱা অধিকাংশ কপাহ দীঘল – আঁহী / মধ্য – অহী / হ্রস্ব – অহী / মসৃণ – আঁহী শ্রেণীৰ। 

উত্তৰঃ-

৯। সেউজ বিপ্লৱৰ ফলত ভাৰতত ধান / ঘেঁহু / কপাহ / কুঁহিয়াৰৰ উৎপাদন সর্বাধিক পৰিমাণে বৃদ্ধি পাইছে । 

উত্তৰঃ-

১০। ভাৰতৰ জলসিঞ্চন ক্ষেত্রসমূহত নাইট্রজেনৰ অনুবন্ধন / লৱণীকৰণ / বায়বীয় অৱনমন / পৃষ্ঠ প্রক্ষালন সমস্যা ক্ৰেণী ঘনীভূত হৈ আহিছে।

উত্তৰঃ-

১১। জলসম্পদ শ্রেণীবিভাজনৰ প্ৰসংগত অলৱণীয় পানীক বুজাবলৈ কি শব্দ ব্যৱহাৰ হয়? 

উত্তৰঃ-

১২। ভাৰতত কিমানসংখ্যক বৃহৎ, মজলীয়া আৰু ক্ষুদ্রাকাৰ নদী আছে?

উত্তৰঃ-

 ১৩। ভাৰতত নদ – নদী আৰু ভূগর্ভীয় উৎসৰ পৰা জলসিঞ্চনৰ উদ্দেশ্যে কিমান কিমান পৰিমাণৰ পানী সংগ্রহ কৰা হয়।

উত্তৰঃ-

১৪। সিন্ধু / গংগা \ ব্রহ্মপুত্র / গােদাৱৰী অৱবাহিকা অঞ্চলত ভাৰতৰ সর্বাধিক পূণর্ভৰণক্ষম ভূগৰ্ভৰ জলভাণ্ডাৰ আছে।

উত্তৰঃ-

১৫।সমগ্ৰ ভাৰতত বছৰি ২০০০/৩০০০/৪০০০/৫০০০ ঘন কিলােমিটাৰ বৃষ্টিপাত হয়।

উত্তৰঃ-

 ১৬। দাক্ষিণাত্যৰ কোনখন ৰাজ্যত মজুত ভূগর্ভ জলৰ সর্ববৃহৎ অংশ নিষ্কাশন কৰা হয়।

উত্তৰঃ-

১৭। ভাৰতত মুঠ জলসংগ্ৰহণৰ বৃহৎ অংশটো কৃষি / উদ্যোগ \

 গৃহস্থালি / অৰণ্য খণ্ডত বিনিয়ােগ কৰা হয় । 

উত্তৰঃ-

১৮। ভাৰতৰ কোনটো নদীখণ্ড সর্বাধিক প্রদূষণ জর্জৰিতৰূপে চিহ্নিত হৈছে? 

উত্তৰঃ-

১৯। নীৰু – মীৰু জলচ্ছেদ ব্যৱস্থাপনা কার্যসূচীখন কোন প্রদেশত প্ৰচলন কৰা হৈছে? 

উত্তৰঃ-

২০। ব্রহ্মপুত্র উপত্যকা / গুজৰাত / মুম্বঈ হাই / গােদাৱৰীৰ মােহনা অঞ্চলত ভাৰতৰ সর্বাধিক পৰিমাণৰ খনিজ তেল উত্তোলন কৰা হয়। 

উত্তৰঃ-

২১। মেংগানিজ / বক্সাইট / অভ্র / গ্রেফাইট ভাৰতৰ এবিধ লৌহবর্গৰ খনিজ। 

উত্তৰঃ-

২২। ভাৰতত আকৰিক লাে / জিপচাম টাংষ্টেন / গ্রেফাইট প্রচুৰ পৰিমাণে পােৱা যায়? 

উত্তৰঃ-

২৩। ভাৰতৰ প্ৰধান কয়লাখনিসমূহ কোন কোন নদীৰ অৱবাহিকাত অৱস্থিত? 

উত্তৰঃ-

২৩। ভাৰতত বছৰি একাধিকবাৰ খেতি কৰা কৃষিভূমি কিমান?

উত্তৰঃ-

 ২৪। কুঁহিয়াৰ খেতিৰ পথাৰত বছৰি একাধিক খেতি কৰিব পাৰিনে?

উত্তৰঃ-

 ২৫। ভাৰতৰ কোনখন প্রদেশত হেক্টৰে প্রতি সর্বাধিক পৰিমাণৰ ধান উৎপন্ন হয়? 

উত্তৰঃ-

২৬। ভাৰতৰ ভিতৰত সর্বাধিক কপাহ উৎপাদনকাৰী ৰাজ্যখন কি?

উত্তৰঃ-

 ২৭। কৃত্রিম পৰিৱেশত উৎপাদন কৰিব নােৱাৰা ভাৰতৰ প্রধান বাণিজ্যিক শস্যবিধ কি?

উত্তৰঃ-

২৮। সেউজ বিপ্লৱৰ যিকোনাে এটা কুফল উল্লেখ কৰাঁ। 

উত্তৰঃ-

২৯। প্রাক্ – স্বাধীনতা কালত প্রতিষ্ঠিত ভাৰতৰ যিকোনাে এটা তীখা উদ্যোগৰ নাম লিখা। 

উত্তৰঃ-

৩০।  ভাৰতৰ কোনখন চহৰত সর্বাধিক সংখ্যক কাপােৰৰ কল আছে? 

উত্তৰঃ-

৩১। ইন্ধন আৰু উদ্যোগৰ কেঁচামালৰ বাহিৰে তেল – শােধনাগাৰত উৎপন্ন হােৱা দ্ৰব্যৰ তৃতীয়টো শ্রেণী কি?

উত্তৰঃ-

৩২। ভিলাঈ / বােকাৰ / টাটানগৰ / চালেম তীখা – কাৰখানা নিদাগ তীখা উৎপাদন কেন্দ্র। 

উত্তৰঃ-

৩৩। আণৱিক শক্তি উৎপন্ন কৰােতে ব্যৱহাৰ কৰা মৌল দুটা কি কি?

উত্তৰঃ-

৩৪। টুটিকোৰিন / য়েড়াকুমাৰী / কলপক্কম / পতৰাতৃত বাত – বিদ্যুৎ কেন্দ্র আছে। 

উত্তৰঃ-

৩৫। কাঁহ – পিতলৰ বাচন প্রস্তুতকাৰী উদ্যোগ কেচামাল / বজাৰ শক্তি সম্পদ / সস্তীয়া শ্রমিক উপলব্ধ হােৱা অবস্থানত সুবিধাজনকভারে স্থাপন কৰিব পাৰি। 

উত্তৰঃ-

৩৬। ভাৰতৰ প্রথমটো তীখা কাৰাখনা টাটানগৰ / কুলটী / ভদ্রাৱতী / বােকালােত স্থাপন কৰা হৈছিল। 

উত্তৰঃ

৩৭। মুম্বঈ  চহৰত ভাৰতৰ প্ৰথমটো কপাহৰ কল স্থাপন হােৱাৰ কাৰণ হৈছেঃ

(ক) বন্দৰগাহ অৱস্থান

(খ) কপাহ খেতি অঞ্চলৰ কেন্দ্র 

(গ) মূলধনী সম্পদৰ প্রাচুর্য

(ঘ) উল্লিখিত তিনিও শ্ৰেণীৰ কাৰকৰ সামগ্রিক সুবিধাজনক স্থিতি

উত্তৰঃ

৩৮। চেনি উৎপাদনত দেশৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় স্থানত থকা প্রদেশ দুখন কি কি?

উত্তৰঃ-

৩৯। পেটৰাসায়নিক উদ্যোগ কাক বােলে?

উত্তৰঃ-

 ৪০৷ ভাৰতৰ ১৯৯১ চনৰ উদ্যোগনীতিৰ অন্তর্ভুক্ত নতুন মাত্রা তিনিটা কি কি?

উত্তৰঃ- 

৪১। ভাৰতত মুখ্য ঔদ্যোগিক অঞ্চল কেইটা পােৱা যায়?

উত্তৰঃ-

 ৪২। তলত উল্লেখ কৰা ঠাইসমূহৰ লগত জড়িত প্রধান উদ্যোগটো মিলাই লিখা। 

(ক) হিম্মতনগৰ মটৰ গাড়ী                   

(খ) ট্রম্বে                   তাপবিদ্যুৎ

(গ) পতৰাতু                   আণৱিক শক্তি

(ঘ) গুৰগাঁও                       দুগ্ধ উদ্যোগ 

৪৩। উন্নয়ন প্রকল্প কাক বােলে? 

৪৪। তলত উল্লেখ কৰা প্রকল্পসমূহ ক্ষেত্ৰীয় আৰু আঞ্চলিক শ্ৰেণীত বিভক্ত কৰাঃ

(ক) ভাৰতীয় ৰে’লৰ বৈদ্যুতীকৰণ

(খ) পার্বত্য এলেকা উন্নয়ন

(গ) ব্রহ্মৌৰ একত্র জনজাতি উন্নয়ন প্রকল্প

(ঘ) উপান্ত কৃষক উন্নয়ন অভিকৰণ 

৪৫। ব্রহ্মৌৰ এলেকাৰ অধিবাসীসকল কি নামেৰে পৰিচিত?

উত্তৰঃ-

 ৪৬। ধাৰণক্ষম উন্নয়নৰ ধাৰণাটো ঔদ্যোগীণ / পৰিৱেশ সংৰক্ষণ / জনমূৰি আয় / খাদ্য – শস্যৰ উৎপাদন বৃদ্ধি সমস্যাৰ লগত পােনপটীয়াকৈ জড়িত।

উত্তৰঃ-

৪৭। ইন্দিৰা গান্ধী জলসিঞ্চন নহৰতন্ত্র এলেকাৰ ঠায়ে ঠায়ে গ্রীষ্মকালীন উষ্ণতা ৫০ ° চেলছিয়াছপর্যন্ত বৃদ্ধি পায়। এনে উষ্ণতাই নির্দেশাত্মক অঞ্চলত কি সমস্যা সৃষ্টি কৰে?

উত্তৰঃ-

 (খ) তলৰ প্ৰশ্নসমূহ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ ) 

 ১। ভাৰতৰ কৃষিজীৱী সমাজত ভূমিক সর্বাধিক মূল্যবান সম্পদৰ স্থান দিয়া হয় কিয়?

উত্তৰঃ-

২। ভাৰতৰ কৃষি প্ৰণালীত গহন কৃষিৰ প্ৰাসংগিকতা আলােচনা কৰা।

উত্তৰঃ-

৩। সাংৰক্ষী জলসিঞ্চন আৰু উৎপাদনশীল জলসিঞ্চনৰ প্ৰভেদ দাঙি ধৰা। 

উত্তৰঃ-

৪। ভাৰতৰ শুষ্ক – কৃষি আৰু আর্দ – কৃষিৰ ৰেহৰূপ উপস্থাপন কৰা।

উত্তৰঃ-

৫। ভাৰতৰ ধান অথবা ঘেঁহু খেতিৰ প্ৰয়ােজনীয় পৰিৱেশ আৰু আঞ্চলিক বিস্তৃতি সম্পর্কে চমু বিৱৰণ দিয়া।

উত্তৰঃ-

৬। ভাৰতৰ শস্যক্ষেত্ৰত মাহজাতীয় শস্যৰ গুৰুত্ব আৰু ভৌগােলিক বিস্তৃতিৰ আভাস দিয়া।

উত্তৰঃ-

৭। ভাৰতত তৈলবীজ উৎপাদনৰ এটি সংক্ষিপ্ত বিৱৰণ যুগুত কৰা।

উত্তৰঃ-

৮। আজিৰ পৰিৱেশত কলীয়া মাটিক কপাহ খেতিৰ অন্যতম অনুপযােগী ভূমি ৰূপেহে গণ্য কৰা হয় । উক্তিটোৰ সত্যাসত্য নিৰূপণ কৰা।

উত্তৰঃ-

৯। ভাৰতত বিভিন্ন খাদ্য – শস্য উৎপাদনৰ গতিধাৰাৰ এটি থুলমূল আভাস দিয়া।

উত্তৰঃ-

১০। ভাৰতৰ তিনিবিধ বাণিজ্যিক শস্যৰ নাম লিখা । ইয়াৰে যিকোনাে এবিধৰ অর্থনৈতিক গুৰুত্বৰ ওপৰত আলোকপাত কৰা।

উত্তৰঃ-

১১। ভাৰতত কেনেকৈ সেউজ বিপ্লৱৰ সূচনা ঘটে?

উত্তৰঃ-

১২। ইতিবৃত্ত ভূমি আৰু ভৌগালিক ক্ষেত্ৰফলৰ পাৰ্থক্য উদাহৰণসহ আলোচনা কৰা। 

উত্তৰঃ-

১৩। ভাৰতৰ বিভিন্ন অঞ্চলত বৃষ্টিনিৰ্ভৰ কৃষিৰ সমস্যাৱলী উপস্থাপন কৰা।

উত্তৰঃ-

১৪। জলসম্পদৰ উৎস হিচাপে ভাৰতৰ নদ – নদীসমূহৰ গুৰুত্ব আলােচনা কৰা।

উত্তৰঃ-

১৫। ভাৰতৰ বৃহৎ নদীসমূহৰ ভিতৰত একেখন নদীয়েই জলসংগ্ৰহণ আৰু জলবিদ্যুৎ উৎপাদনৰ উদ্দেশ্যে সমান সুবিধাজনক নহয় কিয়?

উত্তৰঃ-

 ১৬। ভাৰতৰ কৃষিকেক্ষত্ৰসমূহত জলসিঞ্চনৰ প্ৰয়ােজনীয়তা সম্পর্কে যুক্তি দর্শোৱা।

উত্তৰঃ-

১৭। দাক্ষিণাত্য মালভূমিৰ উত্তৰ – পূব অঞ্চলটোত কি কি খনিজ সম্পদ পােৱা যায়?

উত্তৰঃ-

১৮। ভাৰতৰ লৌহ আকৰ বিতৰণ সম্পর্কে একোটিকৈ ভৌগােলিক বিৱৰণ যুগুত কৰা।

উত্তৰঃ-

১৯। মেংগানিজ বিতৰণ সম্পর্কে একোটিকৈ ভৌগােলিক বিৱৰণ যুগুত কৰা।

উত্তৰঃ-

২০। অভ্ৰখনিসমূহৰ বিতৰম সম্পর্কে একোটিকৈ ভৌগােলিক বিৱৰণ যুগুত কৰা।

উত্তৰঃ-

২১। ভাৰতৰ প্ৰধান কয়লাখনি এলেকা তিনিটাৰ চমু পৰিচয় দিয়া।

উত্তৰঃ-

 ২২। আণৱিক শক্তি কি? ভাৰতত এই শক্তি উৎপাদনৰ কেন্দ্ৰবােৰ ক’ত ক’ত আছে? 

উত্তৰঃ-

২৩। সৌৰশক্তি কেনেকৈ সংগ্ৰহণ কৰা হয়? এই শক্তি কি কি কামত ব্যৱহাৰ কৰিব পাৰি?

উত্তৰঃ- 

২৪। কাৰিকৰী উদ্যোগৰ সংজ্ঞা দাঙি ধৰা।

উত্তৰঃ-

২৫। কেঁচামালৰ অৱস্থানত কি কাৰণে কোন কোন শ্রেণীৰ উদ্যোগ কেন্দ্রীভূত হয় ? 

উত্তৰঃ-

২৬। লাে – তীখা উদ্যোগক কি কাৰণে বুনিয়াদী উদ্যোগ বােলা হয়? 

উত্তৰঃ-

২৭। চালেম আৰু ভদ্ৰাৱতীত অৱস্থিত তীখা কাৰখানা দুটাৰ বৈশিষ্ট্য কি? 

উত্তৰঃ-

২৮। ‘জামছেদপুৰ চহৰক ভাৰতৰ আদৰ্শ তীখা – নগৰী বােলা হয়।’ উক্তিটোৰ তাৎপর্য বিচাৰ কৰা। 

উত্তৰঃ-

 ২৯। বিশাখাপট্টনম তীখা প্রকল্পৰ অৱস্থানিক গুৰুত্ব পর্যালােচনা কৰা। 

উত্তৰঃ-

৩০। উত্তৰপ্ৰদেশত চেনি কলসমূহৰ ভৌগােলিক বিস্তৃতিৰ থুলমূল আভাস দিয়া।

উত্তৰঃ-

 ৩১। পেট্র’ৰাসায়নিক উদ্যোগত কেনেধৰণৰ কেঁচামাল ব্যৱহাৰ কৰা হয়? এই শ্রেণীৰ উদ্যোগত উৎপাদিত তিনিবিধ গুৰু-দ্রব্যৰ নাম লিখা।

উত্তৰঃ-

৩২। ভাৰতত তথ্য প্রযুক্তি উদ্যোগৰ গতিধাৰা চমুকৈ উপস্থাপন কৰা।

উত্তৰঃ-

 ৩৩। গুৰগাঁৱ – দিল্লী – মেৰঠ উদ্যোগ বলয়ত অৱস্থিত উদ্যোগসমূহৰ সাধাৰণ বৈশিষ্ট্য কি? 

উত্তৰঃ-

৩৪। ভাৰতত উদ্যোগ পুঞ্জীভৱনৰ আঞ্চলিক প্রতিৰূপ কোনবােৰ আধাৰৰ সহায়ত নিৰ্ধাৰণ কৰা হয়? 

উত্তৰঃ-

৩৫। ছােটানাগপুৰ উদ্যোগ বলয়ত উদ্যোগসমূহৰ আঞ্চলিক লক্ষণবােৰ পর্যালােচনা কৰা। 

উত্তৰঃ-

৩৬। পৰিকল্পনা আয়ােগ কি? এই আয়ােগৰ কাম কাজ কেনেকৈ পৰিচালিত হয়? 

উত্তৰঃ-

৩৭। পার্বত্য এলেকা উন্নয়ন আঁচনিখনৰ ভৌগােলিক পৰিসৰ আৰু লক্ষ্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ-

৩৮। ব্রহ্মৌৰ একত্ৰ জনজাতি উন্নয়ন প্রকল্পৰ সুফলসমূহ থােৰতে উপস্থাপন কৰা। 

উত্তৰঃ-

৩৯। ধাৰণক্ষম উন্নয়নৰ ধাৰণাটো চমুকৈ দাঙি ধৰা। 

উত্তৰঃ-

৪০। ইন্দিৰা গান্ধী জলসিঞ্চন নহৰৰ সুফলসমূহ উল্লেখ কৰা। 

উত্তৰঃ-

(গ) কম – বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫ )  

১। প্রযুক্তি কৌশল উন্নয়নৰ লগে লগে ভূমিৰ উপযােগ ক্ষেত্ৰত দেখা দিয়া পৰিৱৰ্তনৰ এটি আভাস দিয়া। 

উত্তৰঃ-

২। ১৯৬০ চনৰ পাছৰ কালত ভাৰতৰ ভূমি উপযােগ ক্ষেত্ৰত ঘটা পৰিৱর্তনলানিৰ এটি প্রতিবেদন যুগুত কৰা।

উত্তৰঃ-

৩। স্বাধীন ভাৰতৰ কৃষিখণ্ডত প্রযুক্তিজনিত উৎপাদন বৃদ্ধিৰ গতিধাৰাৰ ওপৰত আলােকপাত কৰা ৷

উত্তৰঃ-

৪। ভাৰতৰ কৃষি প্রণালীটোত জলসিঞ্চনৰ আঞ্চলিক পৰিসৰ, লাভালাভ আৰু বিৰূপ প্রতিক্রিয়া সম্পর্কে এটি বিৱৰণ দিয়া।

উত্তৰঃ-

৫। বৃষ্টিজল সংগ্রহণ কি? এই ব্যৱস্থাৰ গুণাগুণ পর্যালােচনা কৰা।

উত্তৰঃ-

৬। ভাৰতত কি কি উৎসৰ পৰা কেনেকৈ নদীৰ পানীৰ প্ৰদূষণ ঘটে?

উত্তৰঃ-

৭। পানীৰ পুনৰচক্ৰায়ন কাক বােলে? ভাৰতত এই কার্যৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা।

উত্তৰঃ-

৮ | অৱবাহিকা ব্যৱস্থাপনা কি? এনে ব্যৱস্থাপনাৰ লক্ষ্য আৰু ধাৰণক্ষম উন্নয়নৰ লগত ইয়াৰ সম্পর্ক উপস্থাপন কৰা।

উত্তৰঃ-

৯। মহাৰাষ্ট্রৰ ৰালেগাঁও সিদ্ধি জলচ্ছেদ উন্নয়ন প্রকল্পৰ সাফল্যৰ এটি আভাস দিয়া।

উত্তৰঃ-

১০। খনিজ সম্পদ সংৰক্ষণৰ গুৰুত্ব কি ? ভাৰতৰ খনিজ ভাণ্ডাৰসমূহ কি কি পদ্ধতিৰে ৰক্ষণাবেক্ষণ দিব পাৰি?

উত্তৰঃ-

১১। ভাৰতৰ খনিজ সম্পদসমূহ বৰ্গীকৰণ কৰা। এনেবােৰ সম্পদৰ ভিতৰত দেশখনত প্ৰচুৰ পৰিমাণে উপলব্ধ আৰু দুষ্প্রাপ্য শ্রেণীভুক্ত খনিজৰ একোখনকৈ তালিকা প্রস্তুত কৰা। দেশৰ তিনিটা প্রধান ৰপ্তানি আৰু দুটা আমদানি খনিজৰ নাম লিখা।

উত্তৰঃ-

১২। ভাৰতৰ উদাহৰণেৰে উদ্যোগৰ অৱস্থান নির্ধাৰণৰ লগত কেঁচামাল আৰু উদ্যোগজাত দ্রব্যৰ পৰিবহন। খৰচৰ সম্পর্ক উপস্থাপন কৰা।

উত্তৰঃ-

১৩। ভাৰতত লাে – তীখা উদ্যোগৰ পৰম্পৰাগত আৰু অপৰম্পৰাগত কেন্দ্রসমূহৰ অৱস্থানিক সুবিধাসমূহ পর্যালােচনা কৰা।

উত্তৰঃ-

১৪। ভাৰতত কপাহী বয়ন উদ্যোগৰ ভৌগােলিক বিস্তৃতি আৰু দেশৰ অৰ্থনীতিত এই উদ্যোগৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা।

উত্তৰঃ-

১৫। বিশ্বায়ন কাক বােলে? ভাৰতৰ ঔদ্যোগিক বিকাশত বিশ্বায়নৰ সুফল আৰু বিৰূপ প্রতিক্রিয়াসমূহ থােৰতে দাঙি ধৰা।

উত্তৰঃ-

১৬। হুগলী উদ্যোগ বয়লৰ অৱস্থানিক সুবিধা আৰু ঔদ্যোগিক বৈশিষ্ট্যসমূহ পর্যালােচনা কৰা।

উত্তৰঃ-

১৭। ইন্দিৰা গান্ধী নহৰ নিৰ্দেশাত্মক এলেকাটোৰ উন্নয়ন প্রক্রিয়া ধাৰণক্ষম কৰাৰ উদ্দেশ্যে পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ-