অসমত জনসংখ্যা বিতৰণ আৰু ঘনত্ব | অধ্যায় ২৬ | Chapter 26 | Class 12 Geography Question and Answer Assam | Class 12 Geography Question and Answer Assamese Medium | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ অসমত জনসংখ্যা বিতৰণ আৰু ঘনত্ব পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter 26

অসমত জনসংখ্যা বিতৰণ আৰু ঘনত্ব

(১) গ্ৰাম্য় বসতি এলেকাবোৰৰ উপৰিও সমগ্ৰ অসমত সৰ্বমুঠ কেইটা পৌৰ এলেকা সিঁচৰিত হৈ আছে ?

উত্তৰঃ 

(২) ২০১১ চনৰ অনুসৰি সমগ্ৰ ভাৰতৰ কিমান শতাংশ লোক পৌৰ অঞ্চলৰ বাসিন্দা ?

উত্তৰঃ 

(৩) অসমৰ মুঠ অধিবাসীৰ কিমান শতাংশ লোক নগৰ এলেকাৰ বাসিন্দা ?

উত্তৰঃ 

(৪) অসমত বৰ্তমান কিমান খন গাঁও আৰু নগৰ আছে ?

উত্তৰঃ 

(৫) ভাৰত চৰকাৰৰ প্ৰকাশন বিভাগৰ সূত্ৰ অনুসৰি অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান ?

উত্তৰঃ 

(৬) অসমৰ কোন কোন জিলাত ভালেমান ডাঙৰ গাঁও পোৱা যায় ?

উত্তৰঃ 

(৭) অসমত মুঠতে কেই প্ৰকাৰৰ গ্ৰাম্য বসতি পোৱা যায় আৰু কি কি ?

উত্তৰঃ 

(৮) কৃষি, কুটীৰ-শিল্প অথবা মাছধৰা আদি স্থিৰ অৰ্থনীতিৰ লগত জড়িত দ্বিতীয়টো শ্ৰেণীৰ গাঁও সমূহৰ নাম কি ?

উত্তৰঃ 

(৯) জনগণনা চহৰ কাক বোলে ?

উত্তৰঃ 

(১০) জনগণনা ভিত্তিক নগৰসমূহৰ মুঠ অধিবাসীৰ সংখ্যা কিমান জন ?

উত্তৰঃ

(১১)  অসমত প্ৰকৃততে পৌৰ প্ৰশাসনৰ অধীনস্থ পূৰ্ণ পৰ্যায়ৰ নগৰ কিমান খন আৰু নগৰৰ মুঠ বাসিন্দা  কিমান ?

উত্তৰঃ 

(১২) ১৮৭২ চনত সম্পাদন কৰা ভাৰতৰ প্ৰথমটো জনগণনা অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল ?

উত্তৰঃ

(১৩) ১৯১১-২১ চনত অসমৰ জনসংখ্যা কিমান শতাংশ বৃদ্ধি পাইছিল ?

উত্তৰঃ

(১৪) ২০০১-২০১১ চনত দশকত ৰাজ্যৰ ১৪ খন জিলাত জনসংখ্যা বৃদ্ধি হাৰ কিমান শতাংশ ?

উত্তৰঃ 

(১৫) ২০১১ চনৰ গণনা অনুসৰি অসমত প্ৰতি বৰ্গকিলোমিটাৰ সামগ্ৰিক ভাৱে কিমান জন লোকৰ বসতি আছে ?

উত্তৰঃ 

(১৬) অসমৰ দুখন পাৰ্বত্য জিলাৰ নাম লিখা ?

উত্তৰঃ