কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আদি গ্ৰন্থত চাৰিবৰ্ণৰ কৰ্তব্য আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা হৈছে সেইবোৰৰ পৰা শূৰ্ণ বৰ্ণৰ কৰ্তব্য কি?

উত্তৰঃ-কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আদি গ্ৰন্থত চাৰিবৰ্ণৰ কৰ্তব্য আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা হৈছে সেইবোৰৰ পৰা শূৰ্ণ বৰ্ণৰ কৰ্তব্য আছিল দ্বিজ সকলৰ সেৱা কৰা, অৰ্থ উপাৰ্জন কৰা, শিল্পী আৰু ভাৱৰীয়াৰ কাম কৰা।