ফ্লিণ্টৰ বাহিৰে আন সামগ্ৰীৰে নিৰ্মিত সঁজুলিসমূহ কি ?

উত্তৰঃ ফ্লিণ্টৰ বাহিৰে আন সামগ্ৰীৰে নিৰ্মিত সঁজুলিসমূহ হ’ল- কাঠৰ জোং, যাঠী, হৰিণৰ শিঙৰ সঁজুলি আৰু হাড়েৰে নিৰ্মিত সঁজুলি ।