ব্ৰহ্মচৰ্য্য বুলিলে কি বুজা?

উত্তৰঃ- গুৰুগৃহত ছাত্ৰসকলে মাচুল দিয়াৰ পৰিৱৰ্তে গুৰুৰ ঘৰত কাম লগা হৈছিল। শিক্ষাৰম্ভ কৰা দিনৰে পৰা শিষ্যজনে শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে গুৰুৰ গৃহত থাকিবলগা হৈছে। এই শিক্ষাগ্ৰহণৰ সময়চোৱাকে ব্ৰহ্মগৰ্য্য বোলা হয়।