অষ্ট্ৰো-এচিয়াটিক লোকসকলে অসমত প্ৰথম কি খেতি কৰিছিল?

উত্তৰঃ- অষ্ট্ৰো-এচিয়াটিক লোকসকলে অসমত প্ৰথম ধানৰ খেতি কৰিছিল।