মধ্যপ্ৰস্তৰ যুগৰ শিলৰ সঁজুলিবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি । আৰু কি কি ?

উত্তৰঃ মধ্যপ্ৰস্তৰ যুগৰ শিলৰ সঁজুলিবোৰক দুটা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হ’ল- ক্ষুদ্ৰাকৃতিৰ সঁজুলিবোৰক কোৱা হয় ‘ক্ষুদ্ৰাশ্ম আৰু বৃহৎ আকৃতিৰ সঁজলিবোৰক কোৱা হয় ‘বৃহদাশ্ম’ ।