আজিৰ পৰা কিমান বছৰৰ আগতে ভূতাত্ত্বিক সময় মাপনিৰ হ’লচিন যুগৰ আৰম্ভণি হয় ?

উত্তৰঃ আজিৰ পৰা ১১,৭০০ বছৰৰ আগতে ভূতাত্ত্বিক সময় মাপনিৰ হ’লচিন যুগৰ আৰম্ভণি হয় ।