বিভাজন বোধ, ৰাজনীত স্মৃতি, অভিজ্ঞতাবোৰ | অধ্যায় ১৪ | HS 2nd Year History Chapter 14 Question and Answer Assam | Class 12 History Lesson 14 Notes and Suggestion | Higher Secondary 2nd Year History Chapter 14 Common Answer Assam |

বিভাজন বোধ, ৰাজনীত স্মৃতি, অভিজ্ঞতাবোৰ

১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া 

1. 1940 চনত গ্রহণ কাৰ প্ৰস্তাৱৰ জৰিয়তে মুছলীম লীগে কি দাবী জনাইছিল? 

উত্তৰঃ- 

2. কিছুমান মানুহে কিয় বিভাজনক এটা হঠাৎ উদ্ভৱ হােৱা ঘটনা বুলি ভাবিছিল? 

উত্তৰঃ- 

3. সাধাৰণ মানুহে বিভাজনক কিদৰে দৃষ্টিপাত কৰে? 

উত্তৰঃ- 

4. বিভাজনৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ কি মত আছিল? 

উত্তৰঃ- 

5. দক্ষিণ এচিয়াৰ বুৰঞ্জীত বিভাজনক কিয় সাংঘাটিক বৈশিষ্ট্যপূর্ণ বুলি চিহ্নিত কৰিছে ?

উত্তৰঃ- 

তলত দিয়া প্রশ্নবােৰৰ ২৫০-৩০০ শব্দৰ ভিতৰত চমু ৰচনা লিখা 

6. বৃটিছ ভাৰত কিয় বিভাজন কৰা হৈছিল? 

উত্তৰঃ- 

7. বিভাজনৰ বিষয়ে মহিলাসকলৰ অভিজ্ঞতা কেনে আছিল ? 

উত্তৰঃ- 

৪. বিভাজনৰ বিষয়ে কংগ্ৰেছে কিয় মত পৰিৱৰ্তন কৰিছিল ? 

উত্তৰঃ- 

9. মৌখিক বুৰঞ্জীৰ শক্তি আৰু সীমাবদ্ধতাৰ বিষয়ে পৰীক্ষা কৰা। কেনেকৈ মৌলিক বুৰঞ্জীৰ কৌশলসমূহে বিভাজন বুজাত সহায় কৰে? 

উত্তৰঃ-

মানচিত্ৰৰ কাম 

10. দক্ষিণ – এচিয়াৰ মানচিত্র এখন আঁকি লৈ তাত কেবিনেট মিচনৰ প্রস্তাৱকেইটা A.B. আৰু C শাখাত চিহ্নিত কৰা । বৰ্ত্তমানৰ দক্ষিণ এচিয়াৰ ৰাজনৈতিক মানচিত্ৰতকৈ এই মানচিত্রখন কিহত বেলেগ দেখিছা?

উত্তৰঃ- 

 প্রকল্প ( যিকোনাে এটা বাছি লােৱা ) 

11. জাতিগত হিংসাই ( ethnic violance ) কেনেকৈ যুগােশ্লাভিয়াৰ বিভাজন আনিলে বিচাৰ কৰি উলিওৱা । এই অধ্যায়ত পঢ়া বিভাজনৰ সৈতে তুমি বিচাৰি উলিওৱা যুগােশ্লাভিয়াৰ বিভাজনক তুলনা কৰা।

উত্তৰঃ-

 12. তুমি বসবাস কৰা চহৰ, নগৰ , গাঁও অথবা যিকোনাে ওচৰৰ ঠাইলৈ কোনােবা জাতি প্ৰব্ৰজন কৰিছিল নেকি , বিচাৰি উলিওৱা। ( বিভাজনৰ সময়ত প্ৰব্ৰজন কৰা মানুহাে তুমি থকা এলেকাত থাকিব পাৰে ) তেনেদৰে অহা জাতিৰ সদস্যলােকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা আৰু তুমি কি পালা সেইখিনিৰে এটা সংক্ষিপ্ত টোকা লিখা। মানুহবিলাক কোন ঠাইৰ পৰা আহিছে , তেওঁলােকে কিয় নিজৰ ঠাই এৰিব লগা হ’ল আৰু তেওঁলােকৰ অভিজ্ঞতাৰ বিষয়ে বুজ লােৱা । এই প্রব্রজনৰ ফলস্বৰূপে ঠাইডােখৰত কি পৰিৱৰ্তন ঘটিছে বিচাৰি উলিওৱা ।

উত্তৰঃ