জন্তু চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰা সজুলীবোৰ কি কি আছিল?

উত্তৰঃ- জন্তু চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰা সজুলিবোৰ হ’ল ধনুশৰ, যাঠি, জাল আৰু ফান্দ।