(চ) পূৱ আৰু পশ্চিম প্ৰান্তৰ দ্ৰাঘিমাৰেখাৰ মানৰ অন্তৰ প্ৰায় কিমান ডিগ্ৰী?

উত্তৰঃ পূৱ আৰু পশ্চিম প্ৰান্তৰ দ্ৰাঘিমাৰেখাৰ মানৰ অন্তৰ প্ৰায় ৩০ ডিগ্ৰী।