(ট) হিমালয় আৰু ইয়াৰ ঠাল-ঠেঙুলীয়ে অতীতত উত্তৰৰ সীমাৰ এক ভীষণ প্ৰাকৃতিক বাধা হিচাপে কি হৈছিল?

উত্তৰঃ হিমালয় আৰু ইয়াৰ ঠাল-ঠেঙুলীয়ে অতীতত উত্তৰৰ সীমাৰ এক ভীষণ প্ৰাকৃতিক বাধা হিচাপে চিহ্নিত হৈছিল।