‘সাৰুৱা কাঁটিজোন’ অঞ্চলত কৃষি কাৰ্যৰ আৰম্ভণিৰ লগত সম্পৰ্ক থকা অন্য এটা কৰক কি ?

উত্তৰঃ ‘সাৰুৱা কাঁচিজোন’ অঞ্চলত কৃষি কাৰ্যৰ আৰম্ভণিৰ লগত সম্পর্ক থকা অন্য এটা কাৰক হ’ল খাদ্য উৎপাদনৰ লগত জড়িত প্রযুক্তি কিছুমান, যেনে— সংগ্রহ, সংশ্লেষণ আৰু শস্য সংৰক্ষণ প্ৰণালীৰ বিকাশ। চিকাৰী-সংগ্ৰাহকৰ পৰ্যায়ৰ পৰা খেতিয়ক সমাজলৈ মানুহে জীৱন প্ৰণালী সলনি কৰাৰ পিছত জনসংখ্যাও বৃদ্ধি পালে। এই বর্ধিত জনসংখ্যাই আকৌ নতুন শস্য উৎপাদনত সহায় কৰিলে।