অৰ্থশাস্ত্ৰত উল্লেখ কৰা কি ঠাইৰ নাম কামৰূপৰ উদ্যোগজাত সামগ্ৰীৰ উৎপাদনৰ সৈতে জড়িত?

উত্তৰঃ- অৰ্থশাস্ত্ৰত উল্লেখ কৰা জংগ দোংগ ঠাইৰ নাম কামৰূপৰ উদ্যোগজাত সামগ্ৰীৰ উৎপাদনৰ সৈতে জড়িত।