কামৰূপৰ ৰজা বনমালৰ তেজপুৰ ভূমিদানৰ ফলিৰ পৰা কি জনা যায়?

উত্তৰঃ- কামৰূপৰ ৰজা বনমালৰ তেজপুৰ ভূমিদানৰ ফলিৰ পৰা জনা যায় যে অসমৰ ৰজাসকলে বিভিন্ন ৰাজকীয় অনুষ্ঠানত সোণ আৰু ৰূপ উপহাৰ দিছিল।