কোনসকল লোকক সোণোৱাল বুলি কোৱা হৈছিল?

উত্তৰঃ- আহোম যুগত নদীৰ পৰা সোণ কমোৱা লোক সকলক সোণোৱাল বুলি কোৱা হৈছিল।