কেইবা নিযুত বছৰ জুৰি এই ফলকখন ভাঙি টুকুৰা-টুকুৰ হয় আৰু অষ্ট্ৰেলিয়া দক্ষিণ-পূৱলৈ গতি কৰে; ভাৰতীয় ফলকখন কিহলৈ গতি কৰে?

উত্তৰঃ কেইবা নিযুত বছৰ জুৰি এই ফলকখন ভাঙি টুকুৰা-টুকুৰ হয় আৰু অষ্ট্ৰেলিয়া দক্ষিণ-পূৱলৈ গতি কৰে; ভাৰতীয় ফলকখন উত্তৰলৈ গতি কৰে।