নবোদয় বিদ্য়ালয়ৰ উদ্দেশ্য় সমূহ কি কি?

উত্তৰঃ নবোদয় বিদ্য়ালয়ৰ উদ্দেশ্য়সমূহ তলত উল্লেখ কৰা হ’ল ___

১। গ্ৰামাঞ্চল ল’ৰা-ছোৱালীক উন্নত শিক্ষা দিয়া

২। ইয়াত প্ৰদান কৰা শিক্ষা হ’ল বিনামূলীয়া।

৩। দৰিদ্ৰ্য়তাই বাধাগ্ৰস্ত কৰাসকলক শিক্ষাৰ সুযোগ দিয়া।