দানিউবিয়ানসকলে মাটিৰে ঘূৰণীয়া তলীৰ পাত্ৰ নিৰ্মাণ কৰি তাৰ গাত কি ৰেখা খোদাই কৰিছিল ?

উত্তৰঃ দানিউবিয়ানসকলে মাটিৰে ঘূৰণীয়া তলীৰ পাত্ৰ নিৰ্মাণ কৰি তাৰ গাত ৰৈখিক আৰু পাকখোৱা ৰেখা খোদাই কৰিছিল ।