দক্ষিণ মেছোপটেমিয়া পৰৱৰ্তী সময়ত ভাগ হৈ কি কি সভ্যতা গঢ়ি উঠে ?

উত্তৰঃ দক্ষিণ মেছোপটেমিয়া পৰৱৰ্তী সময়ত ভাগ হৈ আক্কাদ আৰু চুমেৰীয় সভ্যতা গঢ়ি উঠে ।