সম-সাময়িক দক্ষিণ এছিয়া | অধ্যায় ৫ | Class 12 Political Science Lesson 5 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 5 Important Answer | HS 2nd Year Political Science Chapter 5 Solution |

সম-সাময়িক দক্ষিণ এছিয়া

 প্ৰশ্নাৱলীঃ 

১।  দেশখন  চিনাক্ত কৰাঃ

(ক) ৰাজতন্ত্ৰ,  গণতন্তপ্ৰেমী  গোটসমূহৰ  মাজৰ সংগ্ৰাম আৰু  সন্ত্ৰাসবাদীয়ে  ৰাজনৈতিক  অস্হিৰতাৰ বাতাৱৰণ সৃষ্টি কৰা ।

উত্তৰঃ

(খ) এখন পাহাৰীয়া দেশত বহুদলীয় ব্যৱস্থাৰ প্ৰতিযোগিতা।

উত্তৰঃ 

(গ) দক্ষিণ-এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশ।

উত্তৰঃ 

(ঘ) সামৰিক বাহিনী আৰু গণতন্ত্ৰৰ সমৰ্থকৰ মাজত সংঘাত আৰু সামৰিক শাসন গণতন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত।

উত্তৰঃ 

(ঙ) বেছি ভাগ দক্ষিণ-এছিয়া দেশৰ লগত সীমা থকা মধ্যতে অৱস্থিত দেশখন।

উত্তৰঃ

(চ) আগতে দ্বীপটোত চুলতান ৰাষ্ট্ৰৰ মুৰব্বী আছিল । এতিয়া গণৰাজ্য ।

উত্তৰঃ 

(ছ) এখন ৰাজতন্ত্ৰ থকা পাহাৰীয়া দেশ ।

উত্তৰঃ 

২। তলত উল্লেখ কৰা কোনবোৰ বাক্য দক্ষিণ এছিয়া সম্পৰ্কত অশুদ্ধ ?

(ক) দক্ষিণ এছিয়াৰ সকলো দেশ গণতান্ত্ৰিক ।

(খ) বাংলাদেশ আৰু ভাৰতৰ মাজত পানীৰ ভাগ-বতৰা লৈ এখন চুক্তি-পত্ৰত স্বাক্ষৰ হৈছিল।

(গ)  SAFTA দ্বাদশ ছাৰ্কৰ ইছলামাবাদ অধিৱেশনত স্বাক্ষৰিত হৈছিল ।

(ঘ) দক্ষিণ এছিয়াৰ ৰাজনীতিত চীন আৰু আমেৰিকাই প্ৰভাৱশালী হৈছিল ।

উত্তৰঃ 

৩। গণতান্ত্ৰিক অভিজ্ঞতা থকা বাংলাদেশ আৰু পাকিস্তানৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ লিখা ।

উত্তৰঃ 

৪। নেপালৰ গণতন্ত্ৰৰ প্ৰতি অহা তিনিটা ভাবুকি লিখা ।

উত্তৰঃ 

৫। শ্ৰীলংকাত নৃ-জাতীয় গোষ্ঠী সংঘাতৰ প্ৰধান হোতা কোন আছিল? এই সংঘাতৰ প্ৰস্তাৱৰ তুমি কেনেদৰে মূল্যায়ন কৰিবা ?

উত্তৰঃ 

৬। ভাৰত আৰু পাকিস্তানৰ মাজৰ কেইটামান এতিয়াই হোৱা চুক্তি উল্লেখ কৰা । দুয়োখন দেশে বন্ধুত্ব স্হাপনৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছেনে? 

উত্তৰঃ 

৭। ভাৰত আৰু বাংলাদেশৰ মাজত দুটা বিষয় উল্লেখ কৰা য’ত দুয়োখন দেশৰ মাজত ঐক্য আৰু অনৈক্য আছে।

উত্তৰঃ 

৮। ভাৰত-চীনৰ সম্পৰ্কৰ ওপৰত এটা টোকা লিখা ।

উত্তৰঃ 

৯। বাহিৰৰ শক্তিয়ে দক্ষিণ এছিয়াৰ দ্বি-পাক্ষিক সম্পৰ্কত প্ৰভাৱ বিস্তাৰ কৰিছে। এটা উদাহৰণ দি বুজাই দিয়া। 

উত্তৰঃ 

১০। ছাৰ্ক সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ

১১। ভাৰতৰ ওচৰ-চুবুৰীয়াবিলাকে প্ৰায়ে ভাবে যে ভাৰত চৰকাৰে এই অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দেশবোৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত আধিপত্য আৰু হস্তক্ষেপ কৰে । — এইটো এটা শুদ্ধ বাক্য নে?

উত্তৰঃ 

 ৰচনাধৰ্মী প্ৰশ্নঃ 

১। সাম্প্ৰতিক কালৰ পৰিপ্ৰেক্ষিতত ভাৰত-পাকিস্তানৰ সম্পৰ্ক পৰীক্ষা কৰা।

উত্তৰঃ 

২। ভাৰত-পাকিস্তানৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা কাৰণবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ

৩। পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক কেনেকৈ উন্নত কৰিব পাৰি?

উত্তৰঃ 

৪। ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

৫। বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৪ নং নম্বৰত পাব)

উত্তৰঃ 

৬। ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত দেখা দিয়া প্ৰধান সংঘাত আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৫ নং নম্বৰত পাব)

উত্তৰঃ 

৭। ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক মূল্যায়ন কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৬ নং নম্বৰত পাব)

উত্তৰঃ 

৮। ভাৰত আৰু শ্ৰীলংকাৰ মাজত সম্পৰ্ক আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৭ নং নম্বৰত পাব)

উত্তৰঃ

৯। SAARC ( South Asian Association of Regional Co-operation) ৰ উদ্দেশ্য আৰু নীতিবিলাক আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৮ নং নম্বৰত পাব)

উত্তৰঃ 

১০।  SAARC গঠন হোৱাৰ পিছত ই কি কাৰ্য কৰিবলৈ লৈছিল?

(পুৰণি কিতাপত এই প্ৰশ্নটো ৯ নং নম্বৰত পাব)

উত্তৰঃ

১১।  SAARC ত ভাৰতৰ ভূমিকা আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ১০ নং নম্বৰত পাব)

উত্তৰঃ 

১২। আঞ্চলিক সহযোগিতাৰ অনুষ্ঠান হিচাপে ছাৰ্ক (SAARC) ৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা। (H.S. 2017)

উত্তৰঃ  

১৩। সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ আলোচনা কৰা। (H.S. 2013)

(পুৰণি কিতাপত এই প্ৰশ্নটো ১১ নং নম্বৰত পাব)

উত্তৰঃ

১৪। অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থানৰ বিষয়ে আলেচনা কৰা। (H.S. 2015)

উত্তৰঃ  

১৫। দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কেনেদৰে কৰিব পাৰি? আলোচনা কৰা। (HS 2016) 

চমুটোকাঃ

১। “ছিমলা চুক্তি” চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ 

২। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।

উত্তৰঃ 

৩। পাকিস্তানৰ লগত ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ 

৪। কাশ্মীৰ সমস্যাৰ ওপৰত চমুকৈ লিখা।

উত্তৰঃ 

৫। শ্ৰীলংকাৰ নৃ-গোষ্ঠীয় সংঘৰ্ষৰ ওপৰত চমু বৰ্ণনা দিয়া।

উত্তৰঃ

৬। পঞ্চদশ  SAARC শীৰ্ষ সন্মিলনৰ ওপৰত কি জানা লিখা।

উত্তৰঃ 

৭।  SAFTA (South Asian Free Trade Area) ৰ ওপৰত চমু বৰ্ণনা দিয়া।

 উত্তৰঃ 

৮।  SAARC ৰ যিকোনো চাৰিটা সফলতা উল্লেখ কৰা।

উত্তৰঃ 

৯। SAARC ৰ গঠন কৰা যিকোনো চাৰিখন ৰাষ্ট্ৰৰ নাম লিখা।

 উত্তৰঃ 

১০। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা।

উত্তৰঃ 

১১। পূব পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কাৰণসমূহ আঙুলিয়াই দেখুওৱা।

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্নঃ 

১। ছাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ

২। আঞ্চলিক সহযোগিতাৰ মঞ্চ হিচাপে SAARC ৰ যিকোনো দুটা গুৰুত্বপূৰ্ণ ভাবাৰ্থ লিখা।

উত্তৰঃ

৩। SAARC ক এক কাৰ্যকৰী সংগঠন হিচাপে গঢ়াৰ ক্ষেত্ৰত ভাৰতৰ দুটা প্ৰচেষ্টা উল্লেখ কৰা। 

(এই প্ৰশ্নটো পুৰণি কিতাপত ২ নং হ’ব )

উত্তৰঃ 

৪। আগ্ৰা শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীৰ্ষ সন্মিলনত  অংশগ্ৰহন কৰা ভাৰতীয় প্ৰধান মন্ত্ৰীজনৰ নাম লিখা।

উত্তৰঃ  

৫। ভাৰতৰ উত্তৰে অৱস্থিত SAARC ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা। ৩ 

 উত্তৰঃ

৬। ভাৰতে ইয়াৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত সুসম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুটা নীতি ব্যাখ্যা কৰা।

৭। “ছিমলা চুক্তি” ৰ দুটা চৰ্ত উল্লেখ কৰা।৫

উত্তৰঃ 

৮। দক্ষিণ-এছিয়াৰ দুখন দেশৰ নাম উল্লেখ কৰা।৬

উত্তৰঃ 

৯। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা।

উত্তৰঃ

১০। ভাৰত আৰু পাকিস্তানে কেতিয়া স্বাধীনতা লাভ কৰিছিল?৭

উত্তৰঃ 

১১। দক্ষিণ এছিয়া জন্মৰ পৰাই গণতান্ত্ৰিক হৈ থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা।৮

উত্তৰঃ 

১২। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা।

উত্তৰঃ 

১৩।  SAARC ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা। ৯

উত্তৰঃ 

১৪। নেপাল কেতিয়াৰ পৰা গণতান্ত্ৰিক ৰাষ্ট্ৰ হয় চমু বৰ্ণনা দিয়া।১০

উত্তৰঃ 

১৫। ছাফটা (SAFTA) কি উদ্দেশ্যেৰে গঠিত হৈছে? ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা। ১১

উত্তৰঃ 

বস্তুনিষ্ঠ প্ৰশ্নাৱলীঃ 

১। SAFTA ৰ সম্পূৰ্ণ নাম লিখা।

উত্তৰঃ

২। দক্ষিণ এছিয়াত কেইখন ৰাষ্ট্ৰ আছে?

উত্তৰঃ দক্ষিণ এছিয়াত ৭ খন ৰাষ্ট্ৰ আছে।

৩। শ্ৰীলংকা কেতিয়াৰ পৰা স্বাধীন ৰাষ্ট্ৰ হয়?২

উত্তৰঃ ১৯৪৮ চনৰ পৰা শ্ৰীলংকা স্বাধীন ৰাষ্ট্ৰ হয়।

৪। SAARC ৰ সম্পূৰ্ণ অৰ্থ কি?৩

উত্তৰঃ SAARC ৰ সম্পৰ্ণ অৰ্থ হ’ল  South Asian Association for Regional Co-Oporation (দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা) ।

৫। SAFTA ৰ সম্পূৰ্ণ অৰ্থ কি?৪

উত্তৰঃ SAFTA ৰ সম্পূৰ্ণ অৰ্থ হ’ল  South Asian Free Trade Agreement (দক্ষিণ এছিয়া মুক্ত বাণিজ্য চুক্তি) ।

৬। বাংলাদেশ আৰু পাকিস্তানে কোন চনত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল?৫

উত্তৰঃ বাংলাদেশ আৰু পাকিস্তানে ১৯৭৬ চনত কূটনৈতিক সম্পৰ্ক স্হাপন কৰিছিল।

৭। কোন ৰাষ্ট্ৰৰ লগত ভাৰতে “ফাৰাক্কা চুক্তি” সম্পাদন কৰিছিল?৬

উত্তৰঃ বাংলাদেশৰ লগত ভাৰতে “ফাৰাক্কা চুক্তি” সম্পাদন কৰিছিল।

৮। SAARC ৰ এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।৭

উত্তৰঃ SAARC ৰ এখন সদস্য ৰাষ্ট্ৰ হ’ল ভাৰত।

৯। SAARC ৰ প্ৰথম শীৰ্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?৮

উত্তৰঃ SAARC ৰ প্ৰথম শীৰ্ষ সন্মিলন বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল।

১০। কোন চনত ভাৰতে শ্ৰীলংকালৈ “শান্তি ৰক্ষা বাহিনী”(Peace Keeping Force) পঠিয়াইছিল? 

উত্তৰঃ ১৯৮৭ চনত ভাৰতে শ্ৰীলংকালৈ “শান্তি ৰক্ষা বাহিনী” পঠিয়াইছিল।

১০। মালদ্বীপত বহুদলীয় প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ২০০৫ চনৰ পৰা মালদ্বীপত বহু দলীয় প্ৰথাৰ আৰম্ভ হয়।

১২। কোন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল?১১

উত্তৰঃ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল।

১৩। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল?১২

উত্তৰঃ চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও-চে-টুং ।

শুদ্ধ উত্তৰ বাছি উলিওৱাঃ 

১। তলত উল্লেখ কৰা কোনখন দক্ষিণ এছিয়াৰ দেশঃ

(ক) জাপান

(খ) আমেৰিকা

(গ) চীন

(ঘ) পাকিস্তান

উত্তৰঃ (ঘ) পাকিস্তান ।

২। তলত উল্লেখ কৰা কোনখন দেশ এছিয়াত অৱস্থিত নহয়ঃ

(ক) বাংলাদেশ     

(খ) ভাৰত

(গ) ভূটান

(ঘ) ৰাছিয়া

উত্তৰঃ (ঘ) ৰাছিয়া ।

৩। বাংলাদেশে স্বাধীনতা লাভ কৰিছিলঃ

(ক) ১৯৭২ চনত

(খ) ১৯৭৫ চনত

(গ) ১৯৭১ চনত

(ঘ) ১৯৭৬ চনত

উত্তৰঃ (গ) ১৯৭১ চনত ।

৪। ভাৰত আৰু পাকিস্তানে “ছিমলা চুক্তি” ত স্বাক্ষৰ কৰিছিলঃ

(ক) ১৯৮৭ চনত

(খ) ১৯৯৩ চনত

(গ) ১৯৮৬ চনত

(ঘ) ১৯৭২ চনত

উত্তৰঃ (ঘ) ১৯৭২ চনত ।

৫। SAFTA চুক্তিত চহী কৰা সদস্যসকল হ’লঃ

(ক) ৰাষ্ট্ৰসংঘ     

(খ)  SAARC

(গ) ASEAN

(ঘ) EU

উত্তৰঃ (খ)  SAARC ।

৬। SAARC ৰ প্ৰথম শীৰ্ষ সন্মিলন হৈছিলঃ

(ক) ১৯৮৭ চনত

(খ) ১৯৯৩ চনত

(গ) ১৯৮৬ চনত

(ঘ) ১৯৮৫ চনত

উত্তৰঃ (ঘ) ১৯৮৫ চনত ।

৭। ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হৈছিলঃ

(ক) ১৯৪৮ চনত

(খ) ১৯৫০ চনত 

(গ) ১৯৪৯ চনত 

(ঘ) ১৯৪৭ চনত

উত্তৰঃ (ঘ) ১৯৪৭ চনত।

৮। কোন চনত ভাৰতে শ্ৰীলংকালৈ “শান্তি ৰক্ষা বাহিনী” পঠিয়াইছিল?

(ক) ১৯৯০ চনত      

(খ) ১৯৮৪ চনত     

(গ) ১৯৮৭ চনত      

(ঘ) ১৯৮৮ চনত

উত্তৰঃ (গ) ১৯৮৭ চনত ।