বাঁহৰ পৰা উৎপাদিত সামগ্ৰীবোৰ কি কি আছিল? Posted on 20/01/202220/01/2022 by Puspa Kakati উত্তৰঃ- বাঁহৰ পৰা উৎপাদিত সামগ্ৰীবোৰ হ’ল বিছনা, ঢাৰি, চালনী, বাঢ়নী, খৰাহী আদি। Post Views: 105