আৰ্হি অনুসৰি মিন’য়ান সভ্যতাক চাৰিটা ভাগত ভগাব পাৰি । সেইকেইটা কি কি ?

উত্তৰঃ আৰ্হি অনুসৰি মিন’য়ান সভ্যতাক চাৰিটা ভাগত ভগাব পাৰি । সেইকেইটা হ’ল-

(১) প্ৰাক্- প্ৰাসাদ যুগ

(২) প্ৰাসাদ যুগ

(৩) নব্য প্ৰাসাদ যুগ

(৪) প্ৰাসাদোত্তৰ যুগ