মৃৎশিল্পৰ পাত্ৰ, বাচন-বৰ্তনৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি মিন’য়ান সভ্যতাক তিনিটা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা কি কি ?

উত্তৰঃ মৃৎশিল্পৰ পাত্ৰ, বাচন-বৰ্তনৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি মিন’য়ান সভ্যতাক তিনিটা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হ’ল-

(১) প্ৰাচীন যুগ

(২) মধ্য যুগ

(৩) শেষ যুগ