এৰিষ্ট’ফানেছে কেইখন কমেডী নাটক ৰচনা কৰিছিল ?

উত্তৰঃ এৰিষ্ট’ফানেছে ১১ খন কমেডী নাটক ৰচনা কৰিছিল ।