পৰিকল্পিত বিকাশৰ ৰাজনীতি | অধ্য়ায় ৩ | Class 12 Political Science Part 2 Lesson 3 Question and Answer Assam | Higher Secondary 2nd Year Political Science Unit 2 Chapter 3 Important Solution | HS 2nd Year Political Science Part 2 Chapter 3 Common Answer | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান (গোট ২) অধ্যায় ৩ পৰিকল্পিত বিকাশৰ ৰাজনীতি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

পৰিকল্পিত বিকাশৰ ৰাজনীতি 

১। বোম্বাই আঁচনিৰ বিষয়ে তলত উল্লেখ কৰা কোনটো উক্তি অশুদ্ধঃ

(ক) ই ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতৰ আঁচনি আছিল ।

(খ)  ই উদ্যোগৰ ক্ষেত্ৰত ৰাজ্যৰ মালিকাস্বত্বক সমৰ্থন কৰিছিল।

(গ) এইখন কিছুমান আগশাৰীৰ উদ্যোগপতীয়ে তৈয়াৰ কৰিছিল ।

(ঘ) ই পৰিকল্পাৰ ধাৰণাৰ দৃঢ়ভাৱে সমৰ্থন কৰিছিল ।

উত্তৰঃ 

২। তলত উল্লেখ কৰা কোনটো ধাৰণা ভাৰতৰ বিকাশ নীতিৰ আৰম্ভণিৰ সময়ছোৱাৰ অংশ নাছিলঃ

(ক) পৰিকল্পনা     (খ) সমবায় কৃষিপাম  (গ) উদাৰীকৰণ   (ঘ) স্বাৱলম্বিতা।

উত্তৰঃ 

৩। ভাৰতৰ পৰিকল্পনাৰ ধাৰণাটো লোৱা হৈছিলঃ 

(ক) বোম্বাই পৰিকল্পনাৰ পৰা ।

(খ) ছোভিয়েট অভিজ্ঞতাৰ পৰা ।

(গ) সমাজৰ বিষয়ে গান্ধীজীৰ দৃষ্টিভংগীৰ পৰা।

(ঘ) কৃষক সংগঠনসমূহৰ দাবীৰ পৰা 

(i) খ আৰু ঘ    (ii) ক আৰু খ    (iii) ঘ আৰু গ  (iv) আটাইকেইটা।

উত্তৰঃ 

৪।  শুদ্ধকৈ মিলোৱাঃ 

(ক) চৰণ সিং                   (i) উদ্যোগীকৰণ 
(খ) পি. চি. মহলানবিচ                 (ii) মণ্ডলীকৰণ 
(গ) বিহাৰ দুৰ্ভিক্ষ                         (iii) কৃষক

উত্তৰঃ

৫। স্বাধীনতাৰ সময়ত বিকাশৰ বাবে গ্ৰহণ কৰা পদ্ধতিসমূহৰ প্ৰধান পাৰ্থক্যসমূহ কি আছিল? বিতৰ্কসমূহৰ সমাধান হৈছেনে?

উত্তৰঃ 

৬। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল? দ্বিতীয় পৰিকল্পনা প্ৰথম পৰিকল্পনাতকৈ কি বিষয়ত পৃথক আছিল?

উত্তৰঃ

৭। সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক ফল উল্লেখ কৰা ।

উত্তৰঃ 

৮। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষিক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত হোৱা বিতৰ্কৰ প্ৰধান  যুক্তিসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ 

৯। ভাৰতৰ নীতি নিৰ্ধাৰকসকলে অৰ্থনীতিত ৰাষ্ট্ৰ ভূমিকাৰ ওপৰত গুৰুত্ব দি ভুল কৰিছিল । আৰম্ভণিৰে পৰা ব্যক্তিগত খণ্ডত মুক্তভাৱে কাম কৰিবলৈ দিলে ভাৰতে আৰু অধিক বিকাশ লাভ কৰিব পাৰিলেহেঁতেন— এই বিবৃতিটোৰ সপক্ষে আৰু বিপক্ষে যুক্তি আগবঢ়োৱা ।

উত্তৰঃ 

সপক্ষে যুক্তিঃ

১০। বস্তনিষ্ঠ প্ৰশ্নাৱলীৰ উত্তৰ দিয়াঃ

(ক) কোন ভাৰতীয় চিন্তাশীল ব্যক্তিয়ে ভাৰতত পৰিকল্পনা লাগে বুলি প্ৰথমে কৈছিল?

উত্তৰঃ 

(খ) পৰিকল্পনাৰ ধাৰণাটো ভাৰতে ক’ৰ পৰা লৈছিল।

উত্তৰঃ 

(গ) পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ 

(ঘ) কোন বছৰৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল।

উত্তৰঃ

(ঙ) কেতিয়াৰ পৰা দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল?

উত্তৰঃ 

(চ) দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যটো কি?

উত্তৰঃ

(ছ) পৰিকল্পনাকাৰীসকলৰ মূল লক্ষ্য কি? 

উত্তৰঃ 

(জ) ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কাক আখ্যা দিয়া হয়?

উত্তৰঃ

(ঝ) ভাৰতৰ বিকাশৰ কাৰণে প্ৰথম গুৰুত্ব কিহৰ ওপৰত দিয়া হৈছিল?

উত্তৰঃ 

(ঞ) বৰ্তমানলৈ কেইখন পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছে?

উত্তৰঃ 

(ট) ‘ভাৰতৰ দুগ্ধ মানৱ’ কাক বোলা হয়?

উত্তৰঃ 

(ঠ) বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে?

উত্তৰঃ 

১১। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল ১৯৫০ চনত।

উত্তৰঃ

(খ) ভাৰতৰ সেউজ বিপ্লৱৰ গুৰি ধৰোঁতা প্ৰথম ব্যক্তিজন হ’ল পি. এল. সিং।

১২। শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(ক) ভাৰতৰ পৰিকল্পনাৰ যন্ত্ৰ  হিচাপে ধাৰণা কৰা হৈছিল—

(i) ৰাজনৈতিক বিকাশক                 (ii) সাংস্কৃতিক বিকাশক

(iii) সামাজিক বিকাশক                  (iv) সামাজিক অৰ্থনৈতিক বিকাশক

উত্তৰঃ 

(খ) ভাৰতত বৰ্তমানলৈ কেইখন পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছে—

(i) দহখন      (ii) ছয়খন     (iii)  আঠখন      (iv) বাৰখন

উত্তৰঃ 

(গ) কুৰি দফীয়া আঁচনি গ্ৰহণ কৰিছিল—-

(i) জৱাহৰলাল নেহৰুৱে                  (ii) ইন্দিৰা গান্ধীয়ে

(iii) ৰাজীৱ গান্ধীয়ে                          (iv) নৰসিংহ ৰাৱে

উত্তৰঃ 

(ঘ) “গৰীৱী হটাও”  ধ্বনি দিছিল—- 

(i) ১৯৬৯ চনত      (ii) ১৯৭০ চনত      (iii) ১৯৭১ চনত        (iv) ১৯৭৫ চনত 

উত্তৰঃ

১৩। চমু প্ৰশ্নঃ

(ক) ভাৰতৰ বিকাশত পৰিকল্পনাৰ ভূমিকা কি?

উত্তৰঃ 

(খ) অৰ্থনৈতিক পৰিকল্পনাৰ দুটা সুবিধা লিখা।

উত্তৰঃ 

(গ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ 

(ঘ) কোন বছৰত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল।

উত্তৰঃ  

(ঙ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ  

(চ) দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা প্ৰধান উদ্দেশ্য লিখা।

উত্তৰঃ  

(ছ) তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা প্ৰধান উদ্দেশ্য লিখা।

উত্তৰঃ 

(জ) জাতীয় পৰিকল্পনা সমিতি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু কোন তাৰ সভাপতি আছিল?

উত্তৰঃ  

(ঝ) ভাৰতৰ নতুন অৰ্থনৈতিক নীতি  কোনে ঘোষণা কৰিছিল ? ইয়াৰ প্ৰধান উদ্ভাৱক কোন আছিল?

উত্তৰঃ 

(ঞ) বোম্বাই পৰিকল্পনা কি আছিল?

উত্তৰঃ 

(ট) পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ 

১৪। চমুটোকাঃ

(ক) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্যবোৰ কি আছিল।

উত্তৰঃ 

(খ) দেশৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা কি?

উত্তৰঃ 

(গ) ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ 

(ঘ) মিশ্ৰ অৰ্থনীতিৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ

(ঙ) বজাৰ অৰ্থনীতিত পৰিকল্পনাৰ প্ৰাসংগিকতা আছেনে? আলোচনা কৰা।

উত্তৰঃ 

(চ)পৰিকল্পনাৰ অৰ্থ ব্যাখ্যা কৰা।

ঊত্তৰঃ  

(ছ) সেউজ বিপ্লৱ কি চমুকৈ আলোচনা কৰা।

উত্তৰঃ  

(জ) ভাৰতৰ দুৰ্ভিক্ষৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ  

(ঝ) ভাৰতৰ পৰিকল্পনা মূল উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ 

১৫। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) পৰিকল্পনা মানে কি বুজা? বিকাশৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ

(খ) ভাৰতৰ পৰিকল্পনা আয়োগৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ  

(গ) সেউজ বিপ্লৱ বুলিলে কি বুজা?  সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলোচনা কৰা।

উত্তৰঃ 

(ঘ) ভাৰতত পৰিকল্পনাৰ প্ৰথম উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ 

(ঙ) ভাৰতত পৰিকল্পিত বিকাশৰ চমু বিৱৰণ দিয়া।

উত্তৰঃ  

(চ) দ্বিতীয় পৰিকল্পনাৰ পাছত ভাৰতৰ কৃষি বনাম শিল্পৰ ক্ষেত্ৰত হোৱা বিতৰ্ক আলোচনা কৰা।

উত্তৰঃ 

(ছ) সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক ফলাফল উল্লেখ কৰা।

উত্তৰঃ 

(ঝ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত চমুকৈ আলোচনা কৰা।

উত্তৰঃ 

(ঞ) ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ মাজত বিতৰ্কৰ ওপৰত  এটা চমু আলোচনা কৰা।

উত্তৰঃ 

(ট) পৰিকল্পনা আয়োগ ভাৰতত কেতিয়া গঠন হৈছিল?পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ 

(ঠ) ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

(ড) আৰম্ভণিৰ সময়ছোৱাত ভাৰতত পৰিকল্পনাৰ সৈতে জড়িত বিতৰ্ক দুটা আলোচনা কৰা।

উত্তৰঃ  

(ঢ) পৰিকল্পিত বিকাশ মানে কি বুজা? ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ

(ণ) সেউজ বিপ্লৱ কি? ভাৰতৰ সেউজ বিপ্লৱৰ বিষয়ে আলোচনাত্মক আলোচনা আগবঢ়োৱা।

উত্তৰঃ