লৌহ যুগত সামাৰিক ক্ষেত্ৰখনলৈ অহা দুটা চকুত লগা পৰিৱৰ্তন কি ?

উত্তৰঃ লৌহ যুগত সামাৰিক ক্ষেত্ৰখনলৈ অহা দুটা চকুত লগা পৰিৱৰ্তন আছিল- ১। ঘোঁৰাত উঠি যুদ্ধ কৰা বাহিনী আৰু ২। একেবাৰে ক্ষীণ পাতল চকাৰ আৰু লোৰে নিৰ্মিত ঘোঁৰাই টনা পাতল ঘোঁৰাৰ ৰথ ।